মুখ্য-পৃষ্ঠা

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী এই গণতান্ত্ৰিক দেশৰ এগৰাকী সফল নেতাঃ ডোনাল্ড ট্ৰাম্প

asomiyapratidin
  • আহমেদাবাদৰ মোটেৰা ষ্টেডিয়ামত নমস্তে ট্ৰাম্প সম্বোধন মাৰ্কিন ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পৰ।
  • 'বিশ্বৰ সৰ্ববৃহৎ ক্ৰিকেট ষ্টেডিয়ামত মোক কৰা আদৰণিত অভিভূত হৈছো।'
  • 'এই অপূৰ্ব সম্ভাষণক মই চিৰদিন মনত ৰাখিম।'
  • 'নৰেন্দ্ৰ মোডী এই বিশাল গণতান্ত্ৰিক ৰাষ্ট্ৰখনৰ এগৰাকী সফল নেতা।'
  • '১.২৫ লাখ লোকে মোক জনোৱা আদৰণিৰ বাবে ধন্যবাদ।'
  • 'আমেৰিকাই সদায় ভাৰতক ভাল পায় আৰু সন্মান কৰি আহিছে।'