মুখ্য-পৃষ্ঠা

কেনেকৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ভাৰতলৈ আদৰণি জনালে ট্ৰাম্পক, চাওঁক VIDEO

asomiyapratidin
  • ভাৰতত উপস্থিত মাৰ্কিন ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্প।
  • প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে তেওঁক আহমেদাবাদত আলিংগন কৰি ভাৰতলৈ আদৰণি জনালে।
  • মাৰ্কিন ৰাষ্ট্ৰপতিগৰাকীৰ লগতে ভাৰতলৈ আহিছে ফাৰ্ষ্ট লেডী মেলানীয়া ট্ৰাম্প, কন্যা ইভাকা ট্ৰাম্প।
  • তেওঁলোক পোনে পোনে ৰাওনা হৈছে সবৰমতি আশ্ৰমলৈ।
  • চাওঁক ট্ৰাম্প ভাৰতত উপস্থিত হোৱা সময়ৰ সেই বিশেষ দৃশ্য,