মুখ্য-পৃষ্ঠা

দিল্লীত সংঘটিত হোৱা গণহত্যাৰ প্ৰতিবাদঃ ত্ৰিপুৰাত চি পি আই এমৰ ‘মিছিল’…

asomiyapratidin
  • দিল্লীত সংঘটিত হোৱা হিংসাত্মক ঘটনাক লৈ ত্ৰিপুৰাত প্ৰতিবাদ।
  • ভাৰতীয় কমিউনিষ্ট পাৰ্টি( মাক্সবাদী)য়ে বাহিৰ কৰে প্ৰতিবাদী মিছিল।
  • আগৰতলাত সহস্ৰাধিক কাৰ্যকতাই বাহিৰ কৰে এই সমদল।
  • উচ্চতম ন্যায়ালয়ৰ তত্বাৱধানত সকলো ঘটনাৰ তদন্তৰ দাবী কৰিলে প্ৰতিবাদকাৰী সকলে।
  • কেন্দ্ৰীয় চৰকাৰৰ ভূমিকাক তীক্ষ্ম সমালোচনা প্ৰতিবাদকাৰীৰ।