মুখ্য-পৃষ্ঠা

পদাতিক দিৱস উপলক্ষে ৰাষ্ট্ৰীয় যুদ্ধ স্মাৰকত শ্বহীদ সকললৈ শ্ৰদ্ধাঞ্জলী…

asomiyapratidin
  • ৰাষ্ট্ৰীয় যুদ্ধ স্মাৰকত শ্বহীদ সকললৈ শ্ৰদ্ধাঞ্জলী অনুষ্ঠান ।
  • পদাতিক দিৱস উপলক্ষে শ্বহীদ সকললৈ শ্ৰদ্ধাঞ্জলী জ্ঞাপন কৰে ।
  • অনুষ্ঠানত প্ৰতিৰক্ষা প্ৰধান (চিডিএছ) জেনেৰেল বিপিন ৰাৱাট উপস্থিত থাকে ।
  • সেনা প্ৰধান জেনেৰেল মনোজ মুকুণ্ড নৰভানে পদাতিক দিৱসত ৰাষ্ট্ৰীয় যুদ্ধ স্মাৰকত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।