মুখ্য-পৃষ্ঠা

স্কুল বাছৰ ওপৰত বাগৰি পৰিল প্ৰকাণ্ড গছ, কথমপি প্ৰাণৰক্ষা ১৭ শিশুৰ

asomiyapratidin
  • কৰ্ণাটকৰ মাংগালুৰুত ভয়ংকৰ দুৰ্ঘটনা।
  • মাংগালুৰুৰ নানথুৰত এখন স্কুল বাছৰ ওপৰত বাগৰি পৰিল এডাল প্ৰকাণ্ড গছ।
  • দুৰ্ঘটনাটোত কথমপি প্ৰাণ ৰক্ষা বাছখনৰ ভিতৰত থকা ১৭ টি শিশুৰ।
  • সামান্য পৰিমাণে আহত হৈছে কেইটিমান শিশু।
  • আহত কেইজনক ভৰ্তি কৰা হৈছে চিকিৎসালয়ত।
  • নেৰানেপেৰা বৰষুণৰ বাবেই গছডাল বাগৰি পৰা সন্দেহ কৰা হৈছে।