- গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ আই চি ইউত উপস্থিত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।
- কোৰোনাত আক্ৰান্ত আই চি ইউত ভৰ্তি ৰোগীৰ স্বাস্থ্যৰ বুজ লয় স্বাস্থ্য মন্ত্ৰীগৰাকীয়ে।
- পিপিই কিট পিন্ধি আই চি ইউত সোমাই মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা।
- ৰোগীসকলৰ শুশ্ৰূষা চিকিৎসকসকলে বহু ভালকৈ লৈছে বুলি টুইটাৰত লিখিছে মন্ত্ৰী শৰ্মাই।