মুখ্য-পৃষ্ঠা

ঝাৰখণ্ডত আৰক্ষীৰে সংঘৰ্ষত ৩ নক্সালবাদীৰ মৃত্যু…

asomiyapratidin
  • ঝাৰখণ্ডত নক্সালবাদীৰে আৰক্ষীৰ সংঘৰ্ষ।
  • চিআৰপিএফ আৰু ঝাৰখণ্ড আৰক্ষীৰে হৈছিল সংঘৰ্ষ।
  • পশ্চিম সিংঘভুমত সংঘটিত এই সংঘৰ্ষত প্ৰাণ হেৰুৱাইছে ৩ নক্সালবাদীয়ে।
  • পুৱা ৪.৩০ বজাতে এই সংঘৰ্ষ হৈছিল।