মুখ্য-পৃষ্ঠা

মণিপুৰত সংঘটিত বিস্ফোৰণত আহত ৩ বিএছএফ জোৱান

asomiyapratidin
  • মণিপুৰত সংঘটিত বিস্ফোৰণত আহত ৩ বিএছএফ জোৱান।
  • পূব ইম্ফল জিলাত সংঘটিত হৈছিল বিস্ফোৰণ।
  • জিলাখনৰ তেলিপাতি জিলাত সংঘটিত বিস্ফোৰণত আহত হৈছে জোৱান কেইজন।
  • আহত জোৱানকেইজনক ভৰ্তি কৰা হৈছে হাস্পতালত।
  • ঘটনাৰ তদন্ত অব্যাহত আছে।
  • তদন্তৰ পিছতহে বিস্ফোৰণৰ সৈতে কোন জড়িত জানিব পৰা যাব।