মুখ্য-পৃষ্ঠা

বিপদ সীমাৰ ওপৰে বৈছে কপিলীৰ পানী…

asomiyapratidin
  • বিপদ সীমাৰ ওপৰে বৈছে কপিলীৰ পানী।
  • নৈ পৰীয়া ৰাইজক সৰ্তক হৈ থাকিবলৈ আহ্বান কৰিলে প্ৰশাসনে।
  • বৃহস্পতিবাৰে কপিলীৰ পানী বৈছে ৬০.৫১ মিটাৰত।
  • ১০৭৩ চনৰ বিধ্বংসী বানৰ সময়ত কপিলীৰ পাবী বৈছিল ৬১.৮৬ মিটাৰত।
  • ১২ জুলাইত কপিলীৰ পানী ৬০.৩ মিটাৰৰ ওপৰেৰে ব'ব বুলি সম্ভাৱনা প্ৰকাশ কৰিছে প্ৰশাসনে।