মুখ্য-পৃষ্ঠা

স্বাধীনতাঃ সুধাকণ্ঠৰ সেই গীতটো…

asomiyapratidin

'ভাৰত আকাশত হাঁহে
স্বাধীনতাৰ ঊষাৰ প্ৰতীক
চিকমিক স্বাধীনতা
জিকমিক স্বাধীনতা
ভাৰতৰ বুকুত নতুন উছাহ
নতুন প্ৰতিজ্ঞা লৈ
পূৰ্ণ স্বাধীনতা আমাৰো লক্ষ্য
আগবাঢ়ি যাওঁ শত শ্বহীদৰ কাম্য
চিকমিক স্বাধীনতা
জিকমিক স্বাধীনতা'

✿ ড০ ভূপেন হাজৰিকা