মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী থাকৰে নেতৃত্বাধীন চৰকাৰৰ কেবিনেট বৈঠক আৰম্ভ। মহাৰাষ্ট্ৰৰ চৰকাৰ গঠনৰ পাছত এইখনে প্রথমখন কেবিনেট বৈঠক।.মুম্বাইৰ সাহ্যাদ্ৰী অতিথিশালাত অনুষ্ঠিত কৰা হৈছে এই বৈঠকখন।ৰাজ্যখনৰ মুখ্যমন্ত্ৰী উদ্ধৱ থাকৰেসহ উপস্থিত কেবিনেট মন্ত্ৰীসকল।