মুখ্য-পৃষ্ঠা

অষ্ট্ৰেলিয়াত অসমৰ এগৰাকী যুৱ বিজ্ঞানীঃ বিৱৰণ দিলে সাম্প্ৰতিক পৰিৱেশৰ…VIDEO

asomiyapratidin

ডিজিটেল সংবাদ তেজপুৰঃ লক ডাউনৰ মাজত সাত সাগৰ তেৰ নদীৰ সিপাৰে অষ্ট্ৰেলিয়াত তেজপুৰৰ যুৱ বিজ্ঞানী ড° দীপজ্যোতি ভূঞা । ভয়াবহ দুৰ্যোগপূৰ্ণ পৰিস্থিতিৰ মাজত অষ্ট্ৰেলিয়াত কিদৰে আছে তেজপুৰৰ যুৱ বিজ্ঞানী গৰাকী । শুনক তেওঁৰ মুখৰেই..