মুখ্য-পৃষ্ঠা

লকডাউনৰ মাজতে চিআৰপিএফ জোৱানলৈ সন্ত্ৰাসবাদীৰ গুলীবৰ্ষণ…

asomiyapratidin
  • সমগ্ৰ দেশত কোৰোনা ভাইৰাছৰ সংক্ৰমণ প্ৰতিৰোধৰ বাবে লকডাউন ঘোষণা।
  • লকডাউনৰ মাজতে পুলৱামাত সন্ত্ৰাসবাদীৰ আক্ৰমণৰ ঘটনা।
  • বৃহস্পতিবাৰে সন্ধিয়া ৭ বজাত মটৰচাইকেলত উঠি গুলীবৰ্ষণ কৰে সন্ত্ৰাসবাদীয়ে।
  • চিআৰপিএফৰ জোৱানৰ ওপৰত চলাই গুলীবৰ্ষণ।
  • এই গুলীবৰ্ষণত কোনো হতাহত হোৱা নাই।