মুখ্য-পৃষ্ঠা

জম্মু-কাশ্মীৰত নিৰাপত্তাৰক্ষীৰে সংঘৰ্ষত নিহত সন্ত্ৰাসবাদী…

asomiyapratidin
  • জম্মু-কাশ্মীৰত সন্ত্ৰাসবাদী আৰু নিৰাপত্তাৰক্ষীৰ সংঘৰ্ষ।
  • জম্মু-কাশ্মীৰৰ পুলৱামাত সংঘটিত হয় এই সংঘৰ্ষ।
  • সংঘৰ্ষত নিহত এটা সন্ত্ৰাসবাদী।
  • উল্লেখ্য যে, সোমবাৰেও নিৰাপত্তাৰক্ষীৰে সংঘৰ্ষত নিহত হৈছিল আন এটা সন্ত্ৰাসবাদী।