মুখ্য-পৃষ্ঠা

জম্মু-কাশ্মীৰত সংঘৰ্ষত সন্ত্ৰাসবাদী নিহত

asomiyapratidin

জম্মু-কাশ্মীৰত চোপৰৰ ৰেৱনত নিৰাপত্তাৰক্ষীৰে সন্ত্ৰাসৱাদীৰ সংঘৰ্ষ

এই সংঘৰ্ষত নিৰাপত্তাৰক্ষীৰ গুলীত নিহত এজন সন্ত্ৰাসবাদী।

বৰ্তমানেও চলি আছে দুই পক্ষৰ মাজত সংঘৰ্ষ।

নিৰাপত্তাৰক্ষীৰ কোনো ক্ষয়ক্ষতিৰ বাতৰি আহি পোৱা নাই এই মুহুৰ্তলৈকে।