মুখ্য-পৃষ্ঠা

মৰিয়নিৰ চেলেংহাটত সোপাধৰাৰ আতংক

Asomiya Pratidin
  • মৰিয়নিৰ চেলেংহাটত সোপাধৰাৰ আতংক ।

  • সোপাধৰাৰ সন্দেহত আক্রমণ এজনক ।

  • আক্রমণ বৈছাহাবি গাঁওৰক্ষী বাহিনীৰ সভাপতি জীতেন নায়কক ।

  • আক্রমণৰ লগত ৰঘুনাথ কন্ধ নামৰ এজন ব্যক্তি জড়িত থকাৰ অভিযোগ ।

  • ঘটনাক কেন্দ্র কৰি চেলেংহাট আৰক্ষী চকীত উত্তপ্ত পৰিস্থিতি ।

  • আক্রমণত জড়িত ১৪জন লোকৰ বিৰুদ্ধে গোচৰ ৰুজু ।