- মহাৰাষ্ট্ৰৰ পুনেৰ এটা কেমিকেল ফেক্টৰীত সংঘটিত অগ্নিকাণ্ড।
- পুনেৰ ঘোটাবডে ভাটা এলেকাস্থিত এই ফেক্টৰীত সংঘটিত হয় এই অগ্নিকাণ্ড।
- অগ্নিকাণ্ডত বৰ্তমানলৈ ১২জনকৈ লোকৰ মৃত্যু হোৱা খবৰ পোৱা গৈছে।
- ইয়াৰোপৰি সন্ধানহীন হৈ আছে ফেক্টৰীটোত কাম কৰা পাঁচ জন লোক।
- উক্ত স্থানত উপস্থিত হৈ অগ্নি নিৰ্বাপনৰ চেষ্টা অব্যাহত ৰাখিছে অগ্নিনিৰ্বাপক বাহিনীয়ে।
- অগ্নিনিৰ্বাপক বাহিনীৰ মতে, ৩৭জন কৰ্মচাৰীৰ ভিতৰত ২০জন লোকক উদ্ধাৰ কৰা হৈছে।