বৃহস্পতিবাৰে তেলেংগানাৰ কমৰাৰেড্ডীত গ্ৰেপ্তাৰ কৰে দুই যুৱকক।ৰাজহ চোৰাংচোৱাই গ্ৰেপ্তাৰ কৰা লোক দুজনৰ পৰা ৪০ কেজি অলপ্ৰাজোলাম উদ্ধাৰ।জব্দ কৰা এই বৃহৎ পৰিমাণৰ অলপ্ৰাজোলামখিনিৰ বজাৰ মূল্য প্ৰায় ২য় কোটি।ঘটনা সন্দৰ্ভত আৰক্ষীয়ে অব্যাহত ৰাখিছে তদন্ত।