মুখ্য-পৃষ্ঠা

ভোটাৰৰ মাজত বিলাবলৈ অনা হৈছিল ৩ কোটি টকাঃ আৰক্ষী আয়ুক্ত

asomiyapratidin

ডিজিটেল ডেস্কঃ বুধবাৰে তেলেংগানাৰ আৰক্ষীয়ে জব্দ কৰে ৩ কোটি টকা নগদ ধন। ৰাজ্যখনৰ ৱাৰাংগলৰ পৰা আৰক্ষীয়ে জব্দ কৰে এই বৃহৎ পৰিমাণৰ ধনখিনি।

ঘটনা সন্দৰ্ভত তেলেংগানাৰ আৰক্ষী আয়ুক্ত ভি ৰবিন্দৰে কয়- 'লাভ কৰা তথ্য অনুসৰি এই ধনখিনি ভোটাৰৰ মাজত বিলাবলৈ অনা হৈছিল। এই ধনখিনি তেলেংগানা জন সমিতিৰ প্ৰাৰ্থী পি দেৱায়িহৰ বুলিও তথ্য লাভ কৰা হৈছে। আমি এই সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছো।'