lanka
lanka  
মুখ্য-পৃষ্ঠা

শোকাবহঃ চাইকেল চলাই গৈ থকাৰ সময়তে ব্ৰজপাতৰ ফলত নিহত কিশোৰ...

Asomiya Pratidin
  • লংকাৰ উদালীত শোকাবহ ঘটনা।

  • ব্ৰজ পৰি নিহত এটি কিশোৰ।

  • চাইকেল চলাই গৈ থকাৰ সময়তে সংঘটিত হয় এই অঘটন।

  • নিহত কিশোৰটোৰ বয়স প্ৰায় ১৪ বছৰ।

  • জানিব পৰা মতে কিশোৰটোৰ ঘৰ লংকাৰ উদালীৰ লংকাজান গাঁৱত।