মুখ্য-পৃষ্ঠা

বৃহস্পতিবাৰে প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ আদ্যশ্ৰাদ্ধ…

asomiyapratidin
  • বৃহস্পতিবাৰে প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ আদ্যশ্ৰাদ্ধৰ আয়োজন কৰা হৈছে দিছপুৰৰ চৰকাৰী আৱাসত।
  • বিভিন্ন ধৰ্মীয় অনুষ্ঠানেৰে আদ্য শ্ৰাদ্ধৰ আয়োজন কৰিছে পৰিয়ালে
  • সচিবালয়ৰ সমীপত ৰাইজৰ বাবে থাকিব শ্ৰদ্ধাঞ্জলিৰ ব্যৱস্থা
  • গুণমুগ্ধই এই স্থানতে প্ৰাক্তন মুখ্যমন্ত্ৰী গৰাকীক জনাব পাৰিব শ্ৰদ্ধাঞ্জলি