মুখ্য-পৃষ্ঠা

ভয়ংকৰ পথ দুৰ্ঘটনাত ৯ জনৰ মৃত্যু…

asomiyapratidin
  • তামিলনাডুৰ বিল্লুপুৰমত ভয়ংকৰ দুৰ্ঘটনা।
  • বিল্লুপুৰমৰ কল্লাকুৰিচী-চলেম ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হয় এই দুৰ্ঘটনা।
  • এখন ট্ৰাক আৰু এখন বাছৰ মাজত সংঘটিত হয় সংঘৰ্ষ।
  • দুৰ্ঘটনাত থিতানে নিহত ৯ জন লোক।
  • জানিব পৰা মতে, ট্ৰাকখনৰ ভিতৰত আছিল মুঠ ১১ জন লোক।
  • ট্ৰাক খনৰ ভিতৰত থকা ৭ জন ঝাৰখণ্ডৰ নিৱাসী আছিল।
  • এটা টাৱাৰ নিৰ্মাণত মজদুৰ হিচাপে নিয়োজিত আছিল আটাইকেইজন।
  • দুৰ্ঘটনাক লৈ অঞ্চলজুৰি সৃষ্টি হৈছে শোকাকুল পৰিৱেশৰ।