মুখ্য-পৃষ্ঠা

আফগানিস্তানত চৰকাৰ গঠন কৰিলে তালিবানে!

asomiyapratidin
  • আফগানিস্তানত চৰকাৰ গঠন কৰিলে তালিবানে।
  • স্থায়ীকৈ চৰকাৰ গঠন নোহোৱা লৈকে মহম্মদ হছন অখুদে দিব চৰকাৰৰ নেতৃত্ব।
  • মোল্লাহ বাৰাদাৰে সহযোগী হিচাপে সহায় কৰি অখুদক।
  • তালিবানে কৰিলে এই ঘোষণা।
  • উল্লেখ্য যে, চৰকাৰ গঠনৰ বাবে বহুদিনৰে পৰা চলি আছিল যো জা।