মুখ্য-পৃষ্ঠা

২০২২ৰ লৈকে অনুষ্ঠিত নহয় টি-২০ ক্ৰিকেট বিশ্বকাপ!

asomiyapratidin

ডিজিটেল ডেস্কঃ কোৰোনাৰ সংহাৰৰ বাবে বিশ্বত কেইবাখনো ক্ৰীড়ানুষ্ঠান বাতিল কৰিব লগা হল। ভাৰততো বহুকেইখন খেল বাতিল কৰিব লগা হল এই সময়খিনিত। শেহতীয়াকৈ খবৰ আহিছে যে, টি-২০ ক্ৰিকেট বিশ্বকাপ ২০২২ চনৰ লৈকে স্থগিত ৰখাৰ সম্ভাৱনা আছে। আই চি চিয়ে ইতিমধ্যে এই বিষয়ক সিদ্ধান্ত গ্ৰহণ কৰিছে যদিও বৰ্তমানলৈ কোনো আনুষ্ঠানিক ঘোষণা কৰা নাই।