মুখ্য-পৃষ্ঠা

ৰাজস্থানত ছোৱাইন ফ্লু’ত নিহত ৭২ জন

asomiyapratidin
  • ৰাজস্থানত ছোৱাইন ফ্লু'ৰ সংক্ৰমণৰ বলি হৈ নিহতৰ সংখ্যা ৭২ জনলৈ বৃদ্ধি৷
  • ৰাজ্যখনত ছোৱাইন ফ্লু'ৱে ধাৰণ কৰিছে ভয়াবহ ৰূপ৷
  • চলিত মাহত বৃদ্ধি পাইছে ছোৱাইন ফ্লু'ত সংক্ৰমণৰ হাৰ৷
  • ১ জানুৱাৰীৰ পৰা ২৭ জানুৱাৰীলৈ ১৮৫৬ গৰাকী লোকৰ দেহত পোৱা গৈছে ছোৱাইন ফ্লু'ৰ বীজানু৷
  • এই কথা সদৰী কৰিলে ৰাজ্যখনৰ স্বাস্থ্য মন্ত্ৰণালয়ে৷
  • ছোৱাইন ফ্লু'ৰ সংক্ৰমণক লৈ চিন্তিত স্বাস্থ্য বিভাগ৷
  • বাতিল কৰা হৈছে সমূহ চৰকাৰী চিকিৎসক কৰ্মচাৰীৰ ছুটি৷