মুখ্য-পৃষ্ঠা

হাতত ঝাড়ু লৈ ৰাজপথত গৃহমন্ত্ৰী ৰাজনাথ সিং

asomiyapratidin

ডিজিটেল ডেস্কঃ আজিৰে পৰা আৰম্ভ 'স্বচ্ছ হি সেৱা' অভিযান। সমগ্ৰ দেশকখনকেই স্বচ্ছ আৰু সেউজীয়া কৰাৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে আৰম্ভ কৰে এই অভিযান।

এই অভিযানৰ সঁহাৰি জনাইছে কেন্দ্ৰীয় গৃহ মন্ত্ৰী ৰাজনাথ সিঙে। গৃহমন্ত্ৰীগৰাকীয়ে হাতত ঝাড়ু লৈ ফাৰিদাবাদৰ ৰাজপথৰ চাফাই অভিযানত নামি পৰে।