মুখ্য-পৃষ্ঠা

২১ ৰাজনৈতিক দলৰ আৱেদনৰ সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ জাননী নিৰ্বাচন আয়োগলৈ

asomiyapratidin
  • দেশৰ নিৰ্বাচন আয়োগলৈ উচ্চতম ন্যায়ালয়ৰ জাননী।
  • ২১টা ৰাজনৈতিক দলে তৰিছিল গোচৰ।
  • ন্যায়ালয়ত বিৰোধী দলবোৰে আৱেদন জনাইছিল ই ভি এমৰ ফলাফল VVPATs পৰীক্ষণৰ পাছত ঘোষণা কৰিবলৈ।
  • অতি কমেও ৫০ শতাংশ VVPATs ৰ ক্ৰছ চেক কৰিবলৈ আৱেদন জনাইছিল ন্যায়ালয়ত।
  • এই সন্দৰ্ভত উচ্চতম ন্যায়ালয়ে নিৰ্বাচন আয়োগলৈ জাৰি কৰিছে নিৰ্দেশ।