/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-10/306f2fa7-e09b-48dc-8723-9c7133a303c3/majuli_06.jpg)
majuli
-
নিলম্বন কৰা হ'ল গড়মূৰ চিকিৎসালয়ৰ অধীক্ষকক।
-
চিকিৎসালয়খনৰ অধীক্ষক অমূল্য গোস্বামীক কৰা হৈছে নিলম্বন।
-
স্বাস্থ্য বিভাগৰ এক নিৰ্দেশনাৰ জৰিয়তে এই শাস্তিমূলক ব্যৱস্থা।
-
ডাঃ কিশোৰ বৰ্মনক নতুনকৈ দিয়া হৈছে অধীক্ষকৰ দায়িত্ব।
-
মাজুলীৰ প্ৰতিভাৱান শিশু শিল্পী তেজস্বিতা বৰুৱাৰ মৃত্যুৰ পিছতে এই শাস্তিমূলক ব্যৱস্থা।
-
চিকিৎসালয়ৰ গাফিলতিৰ বাবেই তেজস্বিতাৰ মৃত্যু হোৱাৰ অভিযোগ।