- শুকুৰবাৰে কৰ্ণাটকত আৰক্ষীক লক্ষ্য কৰি শিলাবৰ্ষণ।
- লকডাউনৰ মাজত নামাজ পঢ়িবলৈ যোৱা এটা দলক বাধা দিয়াৰ পাছত তেওঁলোকে শিলাবৰ্ষণ কৰে আৰক্ষীৰ ওপৰত।
- ৰাজ্যখনৰ হুবলিত সংঘটিত হৈছে এই ঘটনা।
- এই ঘটনাত আহত হৈছে চাৰিজনকৈ আৰক্ষী জোৱান।
- শিলাবৰ্ষণ কৰা সকলৰ বিৰুদ্ধে লোৱা হ'ব আইনী ব্যৱস্থা।
- এই কথা জনালে হুবলি-ধৰৱাদৰ আৰক্ষী আয়ুক্ত গৰাকীয়ে।