- ৰাজ্যসভাত নাগৰিকত্ব সংশোধনী বিধেয়েক গৃহীত হোৱাৰ পিছতে ছোনীয়া গান্ধীৰ প্ৰতিক্ৰিয়া।
- এই বিধেয়ক গৃহীত হোৱাটো ভাৰতীয় উদাৰতাৰ বিপৰীতে সংকীৰ্ণ মন আৰু ক্ষমতাৰ বলৰ জয় বুলি মন্তব্য ছোনীয়াৰ।
- উল্লেখ্য যে নাগৰিকত্ব সংশোধনী বিধেয়কক লৈ উত্তাল প্ৰতিবাদ সাব্যস্ত হৈ আছে অসমৰ লগতে উত্তৰ পূৰ্বাঞ্চলত।
- বুধবাৰে গুৱাহাটী মহানগৰৰ লগতে ৰাজ্যৰ বিভিন্ন প্ৰান্তত সাব্যস্ত হয় প্ৰতিবাদ।
- হাজাৰ হাজাৰ লোক ৰাজপথলৈ ওলাই আহি বিৰোধিতা কৰে কেবৰ।