- সোমনাথ চেতাৰ্জী আৰু নাই।
- ৮৯ বছৰ বয়সত মৃত্যু হ'ল চেতাৰ্জীৰ।
- ১২ আগষ্টৰ পৰা ভেণ্টিলেটৰত আছিল চেতাৰ্জী।
- দীৰ্ঘদিন ধৰি অসুস্থ হৈ আছিল প্ৰবীণ ৰাজনীতিবিদ গৰাকী।
- ২০০৪ৰ পৰা ২০০৯চনলৈ তেওঁ আছিল লোকসভাৰ অধ্যক্ষ।
- সোমবাৰে পুৱাই কলকাতাৰ এখন ব্যক্তিগত চিকিৎসালয়ত শেষ নিশ্বাস ত্যাগ।