- পুলৱামা বিস্ফোৰণৰ পাছত বিতৰ্কিত মন্তব্য কৰি চৰ্চালৈ অহা নৱজোত সিং সিদ্ধুৱে পুনৰ মুখ খুলিছে।
- নিজৰ স্থিতিত অটল থকা বুলি মন্তব্য সিদ্ধুৰ।
- ১৯৯৯চনত কান্দাহাৰত কি হৈছিল বুলি প্ৰশ্ন সিদ্ধুৰ।
- ইয়াৰ বাবে দায়ী কোন বুলিও প্ৰশ্ন কৰিলে প্ৰাক্তন ক্ৰিকেটাৰগৰাকীয়ে।
- সন্ত্ৰাসবাদক সহনশীল নহয় বুলি মন্তব্য কৰি সিদ্ধুৰ প্ৰশ্ন-
- কিয় মৃত্যু হৈছে জোৱানৰ?
- কিয় এতিয়ালৈকে ওলোৱা নাই একো সমাধানৰ সূত্ৰ?