মুখ্য-পৃষ্ঠা

মহাৰাষ্ট্ৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী শিৱাজী ৰাও পাটিলৰ মৃত্যু…

asomiyapratidin

ডিজিটেল ডেস্কঃ মহাৰাষ্ট্ৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী শিৱাজী ৰাও পাটিলৰ মৃত্যু। যোৱা মাহত কোভিড-১৯ পজিটিভ ধৰা পৰিছিল জ্যেষ্ঠ কংগ্ৰেছ নেতা গৰাকীৰ।

কিন্তু দুদিনৰ পাছত কৰা পৰীক্ষাত কোভিড নিগেটিভ ধৰা পৰে শিৱাজী ৰাওৰ শৰীৰত। এতিয়ালৈকে মৃত্যৰ কাৰণ জানিব পৰা হোৱা নাই।

পুনেত মৃত্যু হয় জ্যেষ্ঠ কংগ্ৰেছ নেতাগৰাকীৰ। তেওঁৰ মৃত্যুত মহাৰাষ্ট্ৰ কংগ্ৰেছৰ এক অপূৰণীয় ক্ষতি।