- মুম্বাইৰ শ্বিয়ন হাস্পতালত স্বাস্থ্য পৰীক্ষা কৰা হৈছে শ্বোৱিক চক্ৰৱৰ্তী, ছেমুৱেল মিৰান্দা, জেইড আৰু কাইজেন ইব্ৰাহিমৰ।
- শনিবাৰে আদালতত হাজিৰ কৰা হ'ব আটাইকেইজনক।
- শুকুৰবাৰে গ্ৰেপ্তাৰ কৰা হৈছিল ৰিয়া চক্ৰৱৰ্তীৰ ভাতৃ শ্বোৱিকসহ ৪জনক।
- সুশান্ত সিং ৰাজপুতৰ আত্মহত্যা গোচৰত গ্ৰেপ্তাৰ কৰা হয় আটাইকেইজনক।