মুখ্য-পৃষ্ঠা

একনাথ সিন্দেক অযোগ্য বিধায়ক ঘোষণা কৰিবলৈ শিৱসেনাৰ পত্ৰ…

asomiyapratidin
  • মহাৰাষ্ট্ৰ বিধানসভাৰ উপাধ্যক্ষলৈ শিৱসেনাৰ পত্ৰ।
  • ১২গৰাকী বিধায়কক অযোগ্য ঘোষণা কৰিব লাগে বুলি এই পত্ৰ।
  • পত্ৰখনত নাম আছে গুৱাহাটীত বিসম্বাদী বিধায়কসকলক নেতৃত্ব দিয়া একনাথ সিন্দে আৰু ভাৰতচেঠ গুগাৱালাৰ নাম।