মুখ্য-পৃষ্ঠা

ইন্দোৰত প্ৰতিবাদ, আটক কেইবাজনো বিজেপি নেতাক…

asomiyapratidin

ডিজিটেল ডেস্কঃ মধ্যপ্ৰদেশৰ ইন্দোৰত ১৪৪ ধাৰা জাৰি থকাৰ পাছতো প্ৰতিবাদ সাব্যস্ত কৰাৰ বাবে প্ৰাক্তন লোকসভাৰ অধ্যক্ষ সুমিত্ৰা মহাজনসহ বহু কেইজন বিজেপি নেতাক শুকুৰবাৰে আটক কৰে আৰক্ষীয়ে। আটক কৰা সকলৰ ভিতৰত মধ্যপ্ৰদেশ বিজেপিৰ সভাপতি ৰাকেশ সিঙো আছে।

উল্লেখ্য যে, ইন্দোৰৰ কালেক্টটাৰৰ কাৰ্যালয়ৰৰবাহিৰত বিজেপি নেতা-নেত্ৰীসকলে প্ৰতিবাদ সাব্যস্ত কৰি থকা সময়তে আৰক্ষীয়ে আহিতেওঁলোকক আটক কৰে। উল্লেখ্য যে, কৃষকে উৎপাদিত সামগ্ৰীৰ উচিত মূল্য নোপোৱা আৰুনিবনুৱাসকলে ভাট্টা লাভ নকৰাৰ বিৰুদ্ধে বিজেপিয়ে ৰাজ্যখনৰ বিভিন্ন প্ৰান্তত এনেদৰেপ্ৰতিবাদ সাব্যস্ত কৰে।