মুখ্য-পৃষ্ঠা

ভয়ংকৰ পথ দুঘৰ্টনাঃ জীৱন্তে অগ্নিদগ্ধ হৈ মৃত্যু ৭গৰাকী যাত্ৰী…

asomiyapratidin
  • গুজৰাটৰ সুৰেন্দ্ৰনগৰত শনিবাৰ সংঘটিত হয় এক ভয়ংকৰ দুৰ্ঘটনা।
  • এখন কাৰ আৰু ট্ৰেইলাৰৰ মাজত সংঘষত জ্বলি যায় কাৰখন।
  • জীৱন্ত অগ্নিদগ্ধ হৈ মৃত্যু হয় ৭গৰাকীকৈ লোক।
  • দুৰ্ঘটনা সংঘটিত কৰিয়ে সেই স্থানৰ পৰা পলায়ন কৰে ট্ৰেইলাৰখন।