মুখ্য-পৃষ্ঠা

ডকমকাত জব্দ চোৰাং কাঠ

Asomiya Pratidin
  • কাৰ্বি আংলঙৰ ডকমকাত জব্দ চোৰাং কাঠ

  • ডকমকাৰ নিকটৱৰ্তী সৰু ডিখাৰুত জব্দ কাঠখিনি

  • জব্দকৃত কাঠখিনিৰ মূল্য প্রায় ৩ লাখ টকা

  • জব্দ এটা কাঠ ফলা মেচিন, এটা জেনেৰেটৰ

  • সামগ্রিখিনি মাটিত পুতি থোৱা অৱস্থাত উদ্ধাৰ বন বিভাগৰ।