মুখ্য-পৃষ্ঠা

আজম খানৰ মন্তব্য দুৰ্ভাগ্যজনকঃ শীলা দিক্ষীত

asomiyapratidin
  • মহিলাক লৈ আজম খানৰ বিতৰ্কিত মন্তব্য সন্দৰ্ভত জ্যেষ্ঠ কংগ্ৰেছ নেত্ৰী শীলা দিক্ষীতৰ প্ৰতিক্ৰিয়া।
  • বিনা চৰ্তেই ক্ষমা খুজিব লাগে আজম খানে।
  • এনে মন্তব্য মহিলাৰ বিৰুদ্ধে অতি দুৰ্ভাগ্যজনক।
  • তেওঁৰ বিৰুদ্ধে গ্ৰহণ কৰিব লাগে বিহিত ব্যৱস্থা।