তামিলনাডুৰ চেন্নাইত ছ'চিয়েল ডেমক্ৰেটিক পাৰ্টী অৱ ইণ্ডিয়াৰ প্ৰতিবাদ।'কা', এনআৰচি আৰু এনপিআৰৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে এছডিপিআই-এ।প্ৰতিবাদত সহস্ৰাধিক এছডিপিআই কৰ্মীৰ অংশগ্ৰহণ।নাগৰিকত্ব সংশোধনী আইনখন অসাংবিধানিক আখ্যা প্ৰতিবাদকাৰীৰ।