- দিল্লীৰ বিধানসভা নিৰ্বাচনৰ ভোটগ্ৰহণৰ মাজতে অপ্ৰীতিকৰ পৰিস্থিতি।
- সংঘৰ্ষত লিপ্ত হ'ল আম আদমী পাৰ্টী আৰু কংগ্ৰেছৰ কৰ্মী।
- কংগ্ৰেছ প্ৰাৰ্থী অলকা লাম্বাৰ চৰিওৱাৰ চেষ্টা আপ কৰ্মীক।
- দিল্লীৰ মজনু কা টিলাৰ সমীপত সংঘটিত হয় এই ঘটনা।
- ইতিমধ্যে এই দৃশ্য বন্দী হৈছে কেমেৰাত।
- পিছত ঘটনাস্থলীত উপস্থিত থকা আৰক্ষীয়ে নিয়ন্ত্ৰণ কৰে পৰিস্থিতি।
- ঘটনা সন্দৰ্ভত কংগ্ৰেছৰ বিৰুদ্ধে নিৰ্বাচন আয়োদক অভিযোগ দাখিল কৰিব আম আদমী পাৰ্টীয়ে।
- এই কথা জানিবলৈ দিয়ে আপ নেতা সঞ্জয় সিঙে।