মুখ্য-পৃষ্ঠা

ধেমাজিত ৰে’লে মহতিয়াই নিলে স্কৰপিঅঃ থিতাতে নিহত ডিম্পুল বৰগোহাঁই…

asomiyapratidin
  • ধেমাজি চমৰাজান পানীতুলাত দুৰ্ঘটনা।
  • অৰুণাচল নাহৰলগুন-তিনিচুকীয়া ইন্টাৰচিটি ৰেলে খুন্দিয়ালে এখন নতুন স্কৰপিঅ'।
  • নাহৰলগুনৰ পৰা তিনিচুকীয়ালৈ গৈ থকা অৱস্থাত চমৰাজান পানীতুলাত গেটবিহীন পথেৰে ৰেল আলি পাৰ হ‌ওতে স্কৰপিঅ খন মহতিয়াই নিয়ে ৰেলে।
  • দুৰ্ঘটনাত থিতাতে নিহত ডিম্পুল বৰগোহাঁই(৩৫)।
  • গুৰুতৰভাৱে আহত অমৰাৱতী দলে(৬৫)।