মুখ্য-পৃষ্ঠা

সৰুপথাৰত চুতীয়া ছাত্ৰ সন্থাৰ অৱস্থান ধৰ্মঘট…

asomiyapratidin

ডিজিটেল সংবাদ, সৰুপথাৰঃ সৰুপথাৰত চুতীয়া ছাত্ৰ সন্থাৰ প্ৰতিবাদ ।ধনশিৰি মহকুমাৰ মহকুমাধিপতি কাৰ্যালয়ৰ সন্মূখন ২ ঘন্টীয়া অৱস্থান ধৰ্মঘট । চুতীয়া জনগোষ্ঠীক শীঘ্ৰে জনজাতিকৰণৰ মৰ্যদা আৰু ষষ্ঠ অনুসূচীত আধাৰত স্বায়ত্বশাসন পৰিষদ প্ৰদান কৰাৰ দাবীত এই প্ৰতিবাদ।