- শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৮৮ বাৰ্ষিক অধিৱেশনৰ সম্পূৰ্ণ কাৰ্যসূচী প্ৰকাশ ।
- অধিৱেশনৰ চাৰিদিনীয়া কাৰ্যসূচীত নাম নাই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ।
- চলিত বৰ্ষৰ অহা ২২, ২৩, ২৪, ২৫ মাঘ তথা ইং ৬,৭,৮,৯ ফেব্ৰুৱাৰীত মৰিগাঁৱত অনুষ্ঠিত হ'ব এই অধিৱেশন।
- মৰিগাঁৱৰ সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱা সমন্বয় ক্ষেত্ৰত অনুষ্ঠিত হ'ব এই বৈঠক।
৬ ফেব্ৰুৱাৰীৰ পুৱা ৫ বজাৰ পৰা আৰম্ভ হ'ব অধিৱেশনৰ কাৰ্যসূচী।
৭,৮,৯ ফেব্ৰুৱাৰীৰ কাৰ্যসূচী সমূহ –