মুখ্য-পৃষ্ঠা

কৰ্কট ৰোগত আক্ৰান্ত জনপ্ৰিয় অভিনেতা সঞ্জয় দত্ত…

asomiyapratidin
  • বলিউডৰ জনপ্ৰিয় অভিনেতা সঞ্জয় দত্ত হাও-ফাওৰ কৰ্কট ৰোগত আক্ৰান্ত।
  • অতি শীঘ্ৰে চিকিৎসাৰ বাবে আমেৰিকা যুক্তৰাষ্ট্ৰলৈ উৰা মাৰিব ৬১ বছৰীয়া অভিনেতাগৰাকী।
  • জানিব পৰা মতে, ষ্টেজ থ্ৰী হাওফাওৰ কৰ্কট ৰোগত আক্ৰান্ত হৈ আছে তেওঁ।