মুখ্য-পৃষ্ঠা

ৰাজ্যত কোৰোনাত আক্ৰান্ত হৈ এজন লোকৰ মৃত্যু…

asomiyapratidin
  • ৰাজ্যত কোৰোনাত আক্ৰান্ত হৈ এজন লোকৰ মৃত্যু।
  • লোকজনৰ নাম নিপেন দেৱনাথ।
  • মৃত লোকজনৰ বয়স ৫৫ বছৰ।
  • বৃক্কজনিত ৰোগত আক্ৰান্ত হৈ আছিল লোকজন।
  • বিগত কেইটামান দিন ধৰি জি এম চি এইচৰ আই চি ইউত চিকিতসাধীন হৈ আছিল দেৱনাথ।