মুখ্য-পৃষ্ঠা

ৰোহিত শেখৰ হত্যাকাণ্ডঃ পত্নী অপূৰ্বাৰ বিৰুদ্ধে চাৰ্জ শ্বীট দাখিল ক্ৰাইম ব্ৰান্সৰ

asomiyapratidin
  • ৰোহিত শেখৰ হত্যাকাণ্ডৰ মূল অভিযুক্ত অপূৰ্বাৰ বিৰুদ্ধে চাৰ্জ শ্বীট দাখিল ক্ৰাইম ব্ৰান্সৰ।
  • বৃহস্পতিবাৰে অপূৰ্বাৰ বিৰুদ্ধে চাৰ্জ শ্বীট দাখিল কৰে ক্ৰাইম ব্ৰান্সে।
  • ৰোহিত শেখৰক ডিঙি চেপি হত্যা কৰিছিল পত্নী অপূৰ্বাই।
  • উত্তৰ প্ৰদেশ আৰু উত্তৰাখণ্ডৰ প্ৰাক্তন মুখ্যমন্ত্ৰী এন ডি তিৱীৰৰ পুত্ৰ আছিল ৰোহিত শেখৰ।