ৰাজপথত বোকা পৰি থকাই হ'ল কাল ! দুৰ্ঘটনাত ১ জন নিহত, ১০ জন আহত...
ৰাজপথত বোকা পৰি থকাই হ'ল কাল ! দুৰ্ঘটনাত ১ জন নিহত, ১০ জন আহত... 
মুখ্য-পৃষ্ঠা

ৰাজপথত বোকা পৰি থকাই হ'ল কাল ! দুৰ্ঘটনাত ১ জন নিহত, ১০ জন আহত...

Asomiya Pratidin
  • নিশা পাঠশালাত ৩১ নংৰাষ্ট্রীয় ঘাইপথত দুৰ্ঘটনা।

  • দুৰ্ঘটনাত পতিত তিনিখনকৈ বাহন।

  • দুৰ্ঘটনাত এজন নিহত, দহ গৰাকী লোক গুৰুতৰভাৱে আহত।

  • ৰাষ্ট্রীয় ঘাইপথত বোকা পৰি থকাৰ বাবে সংঘটিত এই দুৰ্ঘটনা।

  • নিহত পাটাছাৰকুছিৰ বাইক আৰোহী অভিজিত সৰকাৰ।

  • আহত আটাইকেইজনক বৰপেটা চিকিৎসা মহাবিদ্যালয়লৈ প্রেৰণ