dangor khabar
dangor khabar  
মুখ্য-পৃষ্ঠা

নাম-প্ৰসংগৰ পৰা উভতি অহা মহিলাৰ দলক মহতিয়াই নিলে বাইকেঃ বাইক, আৰোহীসহ ৬ মহিলা আহত...

Asomiya Pratidin
  • বাইহাটা চাৰিআলিৰ কমলপুৰৰ লেজাত ভয়ংকৰ পথ দুৰ্ঘটনা।

  • দুৰ্ঘটনাত বাইক আৰোহীসহ ছগৰাকী মহিলা আঘাতপ্রাপ্ত।

  • তীব্র গতিত অহা বাইক আৰোহীয়ে মহটিয়াই নিয়ে মহিলাৰ দলটোক।

  • মহিলাৰ দলটো নাম-প্রসংগ কৰি ঘৰলৈ উভতি যোৱা পথত এই দুৰ্ঘটনা।

  • কমলপুৰ-বোৰ্কা গড়কাপ্টানি পথত সংঘটিত এই দুৰ্ঘটনা।

  • আঘাতপ্রাপ্ত নিৰুপমা কাকতি, ডিম্ব বৰুৱা, উত্তৰা কাকতি।

  • আঘাতপ্রাপ্ত গুণ দাস, কুঞ্জ কাকতি, কুঞ্জদাস।

  • আহত মহিলাকেইগৰাকীক কমলপুৰস্থিত আদৰ্শ চিকিৎসালয়ত ভৰ্তি।

  • আহত বাইক আৰোহী চফিক আলীক বাইহাটাৰ গেট শইকীয়া হাস্পতালত ভৰ্তি।