মুখ্য-পৃষ্ঠা

১৪ দিন জেলতেই কটালে ৰিয়াই…

asomiyapratidin

ডিজিটেল ডেস্ক : বলিউদৰ অভিনেতা সুশান্ত সিং ৰাজপুতৰ আত্মহত্যাৰ সৈতে সম্পৰ্কিত ড্ৰাগছৰ গোচৰত এনচিবিয়ে অভিনেত্ৰী ৰিয়া চক্ৰবৰ্তীক ৮ ছেপ্টেম্বৰত গ্ৰেপ্তাৰ কৰিছিল । গ্ৰেপ্তাৰৰ পিছত অভিনেত্ৰী ৰিয়াক ১৪ দিনৰ বাবে জেলত ৰখা হৈছিল ।মুম্বাই ভায়খলা মহিলা কাৰাগাৰত ৰখা হৈছিল অভিনেত্ৰী গৰাকীক । মঙলবাৰে ৰিয়াৰ জেলত শেষ দিন ।

অভিনেত্ৰী গৰাকীৰ জামিনৰ বাবে আদালতত দুবাৰ আবেদন কৰিছিল যদিও আদালতে অভিনেত্ৰী গৰাকীৰ জামিন আবেদন নাকচ কৰে ।